Site icon Guwahati Times

গোসাঁইগাওঁত এক নৃশংস হত্যাকাণ্ড। যুৱকক হানি-খুছি হত্যা

গোঁসাইগাঁওৰ অন্তৰ্গত ৩ নং দাৱাগুৰি গাওঁত যোৱানিশা এক নৃশংস সত্যকাণ্ড সংঘটিত হয়। গাঁওখনৰ বাসিন্দা হজৰত আলীৰ পুতেক আক্তাৰ হুছেইন নামৰ ( ৩০)যুৱকক যোৱানিশা নৃশংসভাবে হানি-খুছি হত্যা কৰাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চলৰ সৃষ্টি হৈছে ।মৃত যুৱকজনৰ মৰণত্যৰ পৰীক্ষাৰ বাবে ইতিমধ্যে গোসাঁইগাঁওৰ RNB চিকিৎসাললয়ৰ পৰা কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। গাঁওৰ একাংশই সুপৰিকল্পিতভাবে হত্যা কৰা বুলি পৰিয়ালৰ সদস্যৰ অভিযোগ।

Rafiqul Islam Report GTM

Exit mobile version