Site icon Guwahati Times

গোসাইগাঁওত দুখন কৈ পথ নিৰ্মাণৰ কাম শুভ উদ্ভোধন কৰে আদিবাসী কল্যাণ আৰু উন্নয়ণ পৰিষদৰ কাৰ্য্যবাহী সদস্য মণ্ডল হাসদা

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ আদিবাসী অধ্যষিত অঞ্চল সমূহত পথ সমূহ দীৰ্ঘদিন জৰাজীৰ্ণ হৈ থকাত উন্নয়ণৰ কাম আৰম্ভ কৰিছে।

সমান্তৰালকৈ গোসাইগাঁওৰ বাশবাৰী আৰু পদ্মপুখুৰীত গাঁৱত ২০২৪-২৫ বৰ্ষৰ আদিবাসী কল্যাণ আৰু উন্নয়ণ পৰিষদৰ পুঁজিৰে পথ নিৰ্মাণৰ কাম শুভ উদ্ভোধন কৰে আদিবাসী কল্যাণ আৰু উন্নয়ণ পৰিষদৰ কাৰ্য্যবাহী সদস্য মণ্ডল হাসদাই,পদ্মপুখুৰী আৰু বাশবাৰী ৰাইজৰ যাতায়তৰ বাবে জৰাজীৰ্ণ হৈ থকা পথটো ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হব বুলি ৰাইজক জনায়।

Exit mobile version