গোসাইগাওঁত চোৰৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ
ৰাইজৰ অভিযযোগ গোসাইগাঁও মহকুমা খনতত চৰৰ উপদ্ৰৱ: কেইবা ঠাইত চুৰিকাণ্ড
বিগত কেইবা দিনৰ পৰা গোসাইগাওঁ মহকুমাৰ ভাওৰাগুৰী,পদ্মপুখুৰী,গোসাইগাঁও সদৰ চহৰ আদি বিভিন্ন অঞ্চলত চোৰৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ।প্ৰায়ে প্ৰতিদিনে চুৰি ঘটনা হৈয়ে থাকে।দেওবাৰ পুৱতি নিশা ভাওৰাগুৰীত ১১ খনকৈ দোকান আৰু গোসাইগাঁও সদৰ চৰৰ নাট মন্দিৰ ৰ আ অলংকাৰ চুৰি হৈছিল। আজি পুৱতি নিশা পদ্মপুখুৰী জগেন হেমৰমৰ সৰু চাহৰ দোকানত চুৰে চুৰি কৰি লৈ যায় দোকানৰ সামগ্ৰী। ৰাইজে ৰাইজৰ দাবী আৰক্ষীয়ে তদন্ত কৰি মহকুমা খনত চলি থকা চোৰৰ উপদ্ৰৱ বন্ধ কৰিব লাগে।

