Site icon Guwahati Times

গোৱালপাৰাৰ ধূপধৰাত ভয়ংকৰ দুৰ্ঘটনা, যাত্ৰীবাহী বাছ আৰু বলেৰ’ৰ সংঘৰ্ষ

গোৱালপাৰাৰ ধূপধৰা গুলিয়ানপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ, বলেৰ’ বাহন আৰু স্কুটীৰ সংঘৰ্ষ। এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় বলেৰ’ৰ চালকজন। আনহাতে, গুৰুতৰভাৱে আহত হয় ৬গৰাকী লোক। আহতকেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। মৃত্যু হোৱা লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

Exit mobile version