চাইকেল চলাই দৰা আহিল কইনা নিবলৈ, লগত আহিল ৮০ গৰাকী বৰযাত্ৰী GTM Desk 3 years ago শুকুৰবাৰে এক অনন্য শোভাযাত্ৰা দেখিবলৈ পোৱা গ’ল। এখন বিয়াত দৰাই হাতী, ঘোঁৰা বা দামী গাড়ীৰ সলনি ৮০ গৰাকী বৰযাত্ৰীৰ সৈতে চাইকেল চলাই কইনা নিবলৈ আহিছিল। Share this: Share on Facebook (Opens in new window) Facebook Share on X (Opens in new window) X More Share on WhatsApp (Opens in new window) WhatsApp Email a link to a friend (Opens in new window) Email Share on LinkedIn (Opens in new window) LinkedIn Share on Telegram (Opens in new window) Telegram