Site icon Guwahati Times

চাপৰৰ মৌৱাটাৰীস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ প*থ দু*ৰ্ঘ*টনা

গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে অহা এখন যাত্ৰীবাহী টাটা মেজিকক আল্ট্ৰা বাহনে খুন্দিয়াই পলায়ন।

দুৰ্ঘটনাৰ ফলত টাটা মেজিকৰ চালক জনৰ এখন হাত চিঙি যোৱাৰ উপক্ৰমত।

গাড়ী খনত থকা বাকী আঠ জন যাত্ৰীৰ সকলোৱে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

ততাতৈয়াকৈ স্থানীয় ৰাইজে চালক জন আৰু যাত্ৰী সকলক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰায়।

চালকজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে।

চালকজন বিলাসীপাৰা হাকামাৰ ছামিউল আহমেদ বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা গ্ৰস্থ টাটা মেজিক খনৰ নম্বৰ হৈছে AS-17-C-6975

ঘটনা স্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা গ্ৰস্থ বাহন খন থানালৈ লৈ যায়।

Exit mobile version