ছয়মাইলৰ উৰণীয়া সেতুত ফাট।

1 min read

শৰাইঘাটত দলংত নহয়, এইবাৰ মহানগৰীৰ ছয়মাইলৰ উৰণীয়া সেতুতে মেলিলে ফাট। উৰণীয়া সেতুখনৰ জি এছ ৰোড-পাঞ্জাবাৰী সংযোগী অংশত প্ৰত্যক্ষ হ’ল ফাট। ততাতৈয়াকৈ কাম আৰম্ভ কৰিছে গড়কাপ্তানী বিভাগে।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

You May Also Like

More From Author