Site icon Guwahati Times

জুৰীয়াত পুনৰ জাপানীজ এনকেফালইটিজ ত আক্ৰান্ত এগৰাকী মহিলা।

জুৰীয়া তেলিয়া বেবেজীয়া গাৱঁৰ ৰুকিয়া বেগম নামৰ মহিলা গৰাকী জাপানীজ এনকেফাইতিজ আক্ৰান্ত।ইতিমধ্যে GNRCত মহিলা গৰাকী চিকিৎসাধীন হৈ আছিল যদিও ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি ঘৰলৈ ওভতাই আনে।উল্লেখ্য যে জুৰীয়াৰ সমীপৱৰ্তী গনেশ টাপু আৰু বাঘেটাপু চৰত দুটিকৈ শিশু জাপানীজ এনকেফালটিজ আক্ৰান্ত হোৱাৰ লগতে ৰূপহীহাটৰ কুমাৰ গাৱতো এগৰাকী মহিলা জাপানীজ এনকেফ্লাইটিছ ত আক্ৰান্ত হোৱাৰ বাতৰি ইতিপূৰ্বে প্ৰকাশ পাইছিল।ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত এই অঞ্চল সমূহত য়ে ভয়ংকৰ ৰূপ লোৱাত জাপানীএনকেফালইটিজ ৰাইজ আতংকিত হৈ পৰিছে |

পদুম ভূঞা Report GTM

Exit mobile version