Site icon Guwahati Times

জোনাইৰ পৰা আৰম্ভ হোৱা সংকল্প যাত্ৰা গহপুৰত উপস্থিত

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৭০ টা জাতীয় সংগঠনে জোনাইৰ পৰা আৰম্ভ কৰা সংকল্প যাত্ৰা আজি গহপুৰত উপস্থিত হয়।

উল্লেখযোগ্য যে সংকল্প যাত্ৰাৰ আজি তৃতীয় দিন। এই যাত্ৰাৰ নেতৃত্ব দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি হেমচন্দ্ৰ গোস্বামীয়ে ।

Madhab Sarma report, Guwahati Times.

Exit mobile version