Site icon Guwahati Times

ঝাৰখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মাওবাদী সদস্য গীতা দেৱী আৰু সোণাৰাম মাৰান্দীক।

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

শুকুৰবাৰে ঝাৰখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মাওবাদী সদস্য গীতা দেৱী আৰু সোণাৰাম মাৰান্দীক।

বিভিন্ন অপৰাধৰ লগত জড়িত মাওবাদী দুগৰাকীৰ সন্দৰ্ভত গিৰিদিহৰ আৰক্ষী অধীক্ষক সুৰেন্দ্ৰ ঝায়ে কয়,” গ্ৰেপ্তাৰ হোৱা মাওবাদী দুগৰাকী সংগঠনৰ অতি পুৰণি আৰু সক্ৰিয় সদস্য ।

NATIONAL DESK, GUWAHATI TIMES.

Exit mobile version