Site icon Guwahati Times

টীয়কত পথ দূৰ্ঘটনা এজনৰ মৃত্য…

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দূৰ্ঘটনা।

এখন মালবাহী মেজিকে এজন চাইকেল আৰোহীক মহতিয়াই নিয়াত সংঘটিত হয় এই দূৰ্ঘটনা ।

নিহত ব্যক্তি জনৰ নাম গোবিন শইকীয়া।

মৃত গোবিন শইকীয়া ঘৰ মূদৈজান ভৰলোৱাত।

গাড়ীখন ইতিমধ্যে টীয়ক আৰক্ষীয়ে কাকজানত আটক কৰিছে ।

টীয়কৰ পৰা গৌৰী শংকৰ ভৰালী ৰিপৰ্ট

Exit mobile version