ড্ৰাগচৰ ব্যৱসায়ত নামিছে মহিলা ।

1 min read

মহিলাৰ জৰিয়তে সৰবৰাহ হয় ড্ৰাগচ আৰু গাঞ্জা ।
নগাঁও আৰক্ষীৰ অভিযানত উন্মোচিত হৈছে এই ভয়াবহ খবৰ ।
মনো বেগম নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ ।
মহিলাৰ গৰাকীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যৰ লগতে ৯৫ পেকেট গাঞ্জা ।
নগাঁৱৰ ভূঞাপট্টিত ঘৰ আটকাধীন মহিলা গৰাকীৰ ।
নগাঁও টাউন আৰক্ষীয়ে চলাইছিল এই অভিযান ।

Adil Shah Alam Report-GTM

You May Also Like

More From Author