Site icon Guwahati Times

ড্ৰাগছৰ বাবে নিজ গৃহতে চুৰিকাণ্ড সংঘটিত কৰি আৰক্ষীৰ জালত এজন যুৱক

ড্ৰাগছৰ বাবে নিজ গৃহতে চুৰিকাণ্ড সংঘটিত কৰি আৰক্ষীৰ জালত এজন যুৱক।

ধৃত যুৱকজনৰ নাম জগমোহন চমুৱা।

মাতৃৰ সোণৰ গহণা, কাঁহৰ কাহি-বাতিৰ লগতে মূল্যৱান সা-সম্পদ চুৰি কৰি আৰক্ষীৰ জালত জগমোহন চমুৱা।

মাতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে জগমোহন চমুৱাক।

আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ ব্যৱসায়ী হাছান আলীকো।

হাছান আলীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে চুৰি হোৱা সামগ্ৰী সমূহ

কৰৈয়নী বামুন গাঁৱৰ নিজ গৃহৰ পৰাই আৰক্ষীয়ে আটক কৰিলে জগমোহন চমুৱাক

Exit mobile version