Site icon Guwahati Times

দলঙৰ ওপৰত গাড়ী ৰখাই ব্ৰহ্মপুত্ৰত জাঁপ মাৰিলে যুৱকে

বগীবিল দলঙৰ পৰা লুইতত জাঁপ এজন যুৱকৰ।

যুৱকজন ডিগবৈৰ অনিকৃত দত্ত গুপ্তা বুলি সন্দেহ।

শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনা।

বৰবৰুৱা চুকাফা তিনিআলিৰ পৰা অৰুণাচলৰ অভিমুখে গৈ আছিল অনিকৃত।

অৰুণাচলত অভিযান্ত্রিক শাখাত অধ্যয়নৰত আছিল যুৱকজন।

যুৱকজনৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ।

ঘটনাস্থলীৰ পৰা লেপটপ, মোবাইলসহ কিছু সামগ্রী উদ্ধাৰ।

ঘটনাস্থলীত উপস্থিত হৈছে পৰিয়ালৰ লোক।

Exit mobile version