Site icon Guwahati Times

দিছপুৰ থানালৈ কিয় আহিল আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা?

দিছপুৰ থানালৈ কিয় আহিল আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা?

কিয় দিছপুৰ আৰক্ষীয়ে মাতি আনিলে আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকাক। আচলতে বিজেপিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচীত আলোচনাপন্থী আলফা জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে তলব কৰিছিল আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকাক। অনুপ চেতিয়াই সংবাদ মাধ্যমক কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলন মষিমূৰ কৰাৰ বাবেই জনজাতিকৰণৰ বিধেয়ক অনা হ ল।

Exit mobile version