Site icon Guwahati Times

দীঘলীপুখুৰীৰ গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অপৰাধত নিশা ডিৱাইএফআইৰ ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথক আটক

পুৱা ৬ বজাত নিৰংকুশ নাথ সহ আটাই কেইগৰাকী প্ৰতিবাদকাৰীক মুকলি:

দীঘলীপুখুৰীৰ গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত,এইবাৰ দীঘলীপুখুৰীৰ গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে নিশাই ডিৱাইএফআইৰ ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথক আটক কৰিছিল৷সমান্তৰালকৈ ডিৱাইএফআইৰ সদস্যা উৎপলা দাসক,এছএফআইৰ ৰাজ্যিক সদস্য ৰাজদ্বীপ মহন্তক,এছএফআইৰ কটন বিশ্ববিদ্যালয় গোটৰ সদস্য নৌছাদ ৰছিদ,এছএফআইৰ ৰাজ্যিক সদস্য আলোক নৰহকো নিশাই আটক কৰিছিল৷পুৱা ৬ বজাত আটাই কেইগৰাকীকে মুকলি কৰি দিছে বুলি জানিবলৈ পোৱা গৈছে৷

Exit mobile version