Site icon Guwahati Times

দীপাৱলীৰ নিশা গহপুৰত অঘটন

দীপাৱলীৰ আনন্দৰ মাজতে গহপুৰৰ ব্ৰহ্মাজানত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডটোত চান মোহন দাস নামৰ ব্যৱসায়ীৰ কাপোৰৰ দোকান সম্পুৰ্ণ সামগ্ৰী ভষ্মিভূত হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংগঠিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।

Exit mobile version