Site icon Guwahati Times

দেশত পুনৰ বাঢ়িছে কোৰোনাৰ প্ৰকোপ

দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে। বিগত ২৪ঘন্টাত ৫০হাজাৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোনাত। এই সময় খিনিত ৫৭৭গৰাকী লোকৰ মৃত্যু হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি বিগত ২৪ঘন্টাত ২৪হাজাৰ ৩৫৬গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে কোৰোনাত।

 

Exit mobile version