Site icon Guwahati Times

দেশৰ প্ৰধান সেৱক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মহানতাৰ মনোভাৱ চাওক সাধাৰণ জনতাৰ প্ৰতি

পশ্চিম বাংলাৰ এখন সভাত ভাষণ দি থাকোঁতে হঠাৎ ৰাইজৰ ফালে থকা পেন্দেল বাগৰি পৰিল। তাৰ পিছত দেশৰ প্ৰধান সেৱক প্ৰধানমন্ত্ৰীয়ে নিজৰ সুৰক্ষাৰ বাবে থকা এচ. পি. জি অাৰু ডাক্তৰক তেওঁলোকৰ সহায়ৰ বাবে যাবলৈ নিৰ্দেশ দিয়ে। পিছত তেখেতে নিজে চিকিৎসালয়লৈ গৈ আহত সকল ৰ খবৰ লয়। খবৰ লৈ থাকোঁতে এগৰাকী মহিলাই প্ৰধান সেৱকজনৰ অটোগ্ৰাফ বিচৰাত তাতে মহিলা গৰাকীক্ নিৰাশ নকৰি অটোগ্ৰাফ দিয়ে

Exit mobile version