Site icon Guwahati Times

দৰঙৰ ধূলাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা , তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে বেলেন’ বাহন

দৰঙৰ ধুলাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় দুজন লোকতৰ। দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে এখন বলেন’ বাহনক। যাৰ ফলত বলেন’খনত থকা দুজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়।

দুৰ্ঘটনাগ্ৰস্ত বলেন’ বাহনখনৰ নম্বৰ AS01DY3700। আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ WB 35 1707। দুৰ্ঘটনাৰ পিছতে পলায়ন কৰে ট্ৰাকখনৰ চালকে। জানিব পৰা হোৱা নাই মৃত লোক দুজনৰ পৰিচয়।

Exit mobile version