দৰ্শণাৰ্থীৰ বাবে বন্ধ ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান

1 min read

মঙলদৈ, ১৮, মে’ : অহা ২০ মে’ৰ পৰা দৰ্শনাৰ্থী তথা পৰ্যটক সকলৰ বাবে বন্ধ থাকিব ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান । শুক্ৰবাৰে মঙলদৈ বন সংমণ্ডলৰ ( বন্যপ্ৰাণী) তৰফৰ পৰা এক জাননীৰ জৰিয়তে এই কথা জনোৱা হৈছে ।পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত পৰ্যটক, দৰ্শনাৰ্থী সকলে এই সময় ছোৱাত উদ্যান খন পৰিদৰ্শন কৰিব নোৱাৰিব ।

মকছেদ আলি Report-GTM

You May Also Like

More From Author