Site icon Guwahati Times

ধিং এক্সপ্ৰেছ হিমা দাসলৈ ২০ লাখ টকা অনুদান

দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ কেবল মাত্ৰ গুৱাহাটী টাইমছৰ হাতত ।

ধিং এক্সপ্ৰেছ হিমা দাসলৈ ২০ লাখ টকা অনুদান হিচাপে আগবঢ়াই কেন্দ্ৰীয় চৰকাৰে। দিল্লীত অনুষ্ঠিত হোৱা এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত এই ঘোষণা কৰে ৰাজনাথ সিঙে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ৰাজ্যবৰ্দ্ধন সিং ৰাথোৰ।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমছ ।

Exit mobile version