Site icon Guwahati Times

ধেমাজি জিলা কাৰগাৰৰ পৰা সতীৰ্থই সম্ভাষণ জনাই আদৰি লৈ গ’ল সুবোধ বিশ্বাসক।

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

২০১৭ চনৰ ৬ মাৰ্চত ধেমাজিৰ চিলাপথাৰত আছুৰ কাৰ্যালয় লণ্ডভণ্ড কৰা কাণ্ডৰ মূল খলনায়ক সুবোধ বিশ্বাস আজি মুকলি আকাশৰ তললৈ আহিল।

যোৱা ১৮ ছেপ্টেম্বৰত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছিল জাতিৰ স্বাৰ্থত আঘাত হনা সুবোধ বিশ্বাসৰ জামিন।

ধেমাজি জিলা কাৰগাৰৰ পৰা সতীৰ্থই সম্ভাষণ জনাই আদৰি লৈ গ’ল সুবোধ বিশ্বাসক।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Exit mobile version