Site icon Guwahati Times

নগাঁও কল্লোল ভৱনত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বহুকেইটা বঁটা প্ৰাপ্ত বিশিষ্ট তথ্যচিত্ৰ পৰিচালা পাৰ্থজিৎ বৰুৱাৰ তথ্য চিত্ৰ ‘ব্ৰাছ ষ্ট্ৰক’ প্ৰদৰ্শন।

যোৱা ২৪ তাৰিখৰ পৰা তিনিদিনীয়াকৈ নগাঁও কল্লোল চলচ্চিত্ৰ মহোৎসৱত উৎযাপন কৰা হৈছে। আজি ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বহুকেইটা বঁটা প্ৰাপ্ত বিশিষ্ট তথ্যচিত্ৰ পৰিচালা পাৰ্থজিৎ বৰুৱাৰ তথ্য চিত্ৰ ‘ব্ৰাছ ষ্ট্ৰক’ প্ৰদৰ্শন হয়।তথ্যচিত্ৰখন বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বাৰ্ধক্য জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছে।তথ্যচিত্ৰখনৰ দৈৰ্ঘ্য ৩২ মিনিট।তথ্যচিত্ৰখনৰ পৰিচালক বৰুৱাই কয় চিত্ৰশিল্পীজে জীৱনৰ যন্ত্ৰণাৰ মাজতো কেনেদৰে অসামান্য চিত্ৰ অংকন কৰি গৈছিল সেইয়া দেখি আমি আচৰিত হৈছিলো আৰু তথ্যচিত্ৰখন নিৰ্মাণৰ প্ৰেৰণা পাইছিলো বুলি মন্তব্য কৰে।

Exit mobile version