নগাঁৱত আৰক্ষীৰ উচ্চস্তৰীয় বৈঠকত বৈঠকত উপস্থিত আছিল নগাঁও,মৰিগাঁও আৰু হোজাই জিলাৰ আৰক্ষী অধীক্ষকো।সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠকত।কাশ্মীৰৰ দৰে যাতে পৰিস্থিতি অসমত উদ্ভৱ নহয় তাৰ বাবে সতৰ্ক হবলৈ আহ্বান তিনিও জিলাৰ আৰক্ষী অধীক্ষকক।নগাঁৱত জব্দ হৈছে বহু অবৈধ অস্ত্ৰ শস্ত্ৰ লগতে আটক হৈছে বহু কেইটা গঁড় চিকাৰীও সদৰী কৰিলে আৰক্ষী সঞ্চালক প্ৰধানে।অংশ ললে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।#assampolice
নগাঁৱত আৰক্ষীৰ উচ্চস্তৰীয় বৈঠকত অংশ ললে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

