Site icon Guwahati Times

নলবাৰীত মুখ্যমন্ত্ৰী, বগুৰিহাটী বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজাত সেৱা লৈ লক্ষাধিক টকাৰ অনুদান ঘোষণা

আজি নলবাৰীত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)। নলবাৰীৰ মহাৰজত জয়ন্তীত ভৰি দিয়া বগুৰিহাটী বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজাত সেৱা গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে। বাসন্তী পূজাত সেৱা কৰিয়েই ৰাইজক সম্বোধন কৰি তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ায়।

বগুৰিহাটী বাসন্তী পূজা মন্দিৰৰ বাবে পঞ্চাশ লাখ টকাৰ অনুদান ঘোষণা কৰাৰ লগতে বাসন্তী পূজা খলাৰ কাষতে থকা শিৱমন্দিৰৰ বাবেও দহ লাখ টকাৰ অনুদান ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

Exit mobile version