Site icon Guwahati Times

নিশা ধন বিলোৱাৰ অভিযোগত সাংসদ নৱ শৰণীয়াক আটক আৰক্ষীৰ

সাংসদ নৱ শৰণীয়াক আটক কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে। নিশা ছালাকাটিত ধন বিলোৱাৰ অভিযোগত আটক কৰে সাংসদগৰাকীক।

উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ অন্তত নিশা ছালাকাটিৰ এখন গাঁৱত নৱ শৰণীয়াই ধন বিলোৱাৰ অভিযোগ আহিছিল আৰক্ষীলৈ। এই খবৰৰ পাছতে ছালাকাটি আৰক্ষীয়ে নিশাই আটক কৰে সাংসদগৰাকীক। পাছত নিশাই কোকৰাঝাৰ থানালৈ লৈ যোৱা হয় সাংসদগৰাকীক।

Exit mobile version