Site icon Guwahati Times

নৈৰ বুকুৰ পৰা ওলাইছে দেৱ–দেৱীৰ মূৰ্তি

ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হিন্দু দেৱ–দেৱীৰ বহুমূলীয়া বহুকেইটা মূৰ্তি।নৈৰ বুকুৰ পৰা ওলাইছে শিৱ, কালী, সৰস্বতী, গণেশ, নন্দী, দূৰ্গা, ব্ৰহ্মা আৰু বুদ্ধৰ মূৰ্তি। উদ্ধাৰ হৈছে ইটোৰ পিছত সিটো অষ্টধাতু আৰু পিতলেৰে নিৰ্মিত মূৰ্তি।মূৰ্তিসমূহ কোন মন্দিৰৰ সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মন্দিৰৰ পৰা চুৰি হোৱা মূৰ্তি দুৰ্বৃত্তই এনেকৈ আনি নদীত দলিওৱাৰ তথ্য সদৰি কৰিছে আৰক্ষীয়ে।উদ্ধাৰ অভিযান অব্যাহত আছে । (Dainik Janambhumi)

Exit mobile version