পদত্যাগ কৰিলে আই পি এছ আনন্দ মিশ্ৰই। লখীমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্বত থকা মিশ্ৰই স্বাধানীভাৱে সমাজৰ কাম কৰি যোৱাৰ ইচ্ছাৰে এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ।
NB: This is a breaking News update, more details will be added soon.

