পল্টন বজাৰ ৰেল ষ্টেচনত ২ লাখ ৪০ হাজাৰ মূল্যৰ ৪০ কেজি গাঞ্জা উদ্ধাৰ নামনিমুৱা ৰেল এক্সপ্ৰেছৰ পৰা উদ্ধাৰ।

বিগ ব্ৰেকিং নিউজ কেবল মাত্ৰ গুৱাহাটী টাইমছৰ হাতত

পল্টন বজাৰ ৰেল ষ্টেচনত ২ লাখ ৪০ হাজাৰ মূল্যৰ ৪০ কেজি গাঞ্জা উদ্ধাৰ

নামনিমুৱা ৰেল এক্সপ্ৰেছৰ পৰা উদ্ধাৰ। এই গাঞ্জা খিনি ২৪টা পেকেটত ভৰাই লৈ আহিছিল।

You May Also Like

More From Author