Site icon Guwahati Times

প্ৰতিবন্ধী তথা বিশেষভাৱে সক্ষম লোকসকলক উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অসমৰ শিক্ষা বিভাগ এই অভিযোগ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয় ‘প্ৰতিবন্ধী হোৱাৰ বাবে উচ্চ শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত হ’ব নেকি দৃষ্টিহীন ছাত্ৰ-ছাত্ৰী? তেওঁলোক শিক্ষাবিভাগৰ বাবে আৱৰ্জনা নেকি?’

প্ৰতিবন্ধী তথা বিশেষভাৱে সক্ষম লোকসকলক উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অ

প্ৰতিবন্ধী তথা বিশেষভাৱে সক্ষম লোকসকলক উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অসমৰ শিক্ষা বিভাগ এই অভিযোগ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয় ‘প্ৰতিবন্ধী হোৱাৰ বাবে উচ্চ শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত হ’ব নেকি দৃষ্টিহীন ছাত্ৰ-ছাত্ৰী? তেওঁলোক শিক্ষাবিভাগৰ বাবে আৱৰ্জনা নেকি?’

Exit mobile version