Site icon Guwahati Times

প্ৰতিবাদত উত্তাল দিছপুৰ, কপিঁ উঠিল অসম বিধানসভাৰ চৌহদ।

প্ৰতিবাদত উত্তাল দিছপুৰ, কপিঁ উঠিল অসম বিধানসভাৰ চৌহদ।

অসমীয়া জাতিক সংকটৰ পৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যে ,উত্তাল ৰাজ্য। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে দিছপুৰত ৰাজপথত শুই প্ৰতিবাদ KMSS, AJYCPকে ধৰি ৭০ দল–সংগঠনৰ।

গুৱাহাটীৰ পৰা দিপাঞ্জলী শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Exit mobile version