Site icon Guwahati Times

প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ তিনি মূল অভিযুক্ত CIDৰ জিম্মাত…..

প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ তিনি মূল অভিযুক্ত CIDৰ জিম্মাত। ট্ৰানজিত ৰিমাণ্ডৰ পিছত পুনৰ চিআইডিৰ জিম্মাত। নিশাই গুৱাহাটীলৈ অনা হ’ল প্ৰণৱ দত্ত, কুমুদ ৰাজখোৱা আৰু প্ৰসন্ন দাসক। তিনিদিনৰ বাবে CIDৰ জিম্মাত থাকিব তিনি অভিযুক্ত।

উল্লেখযোগ্য যে প্ৰণৱ দত্ত, প্ৰসন্ন দাসক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে শুকুৰবাৰে আত্মসমৰ্পণ কৰিছিল কুমুদ ৰাজখোৱাই। ইতিমধ্যে অভিযুক্ত প্ৰণৱ দত্ত আৰু কুমুদ ৰাজখোৱাক নিলম্বন কৰা হৈছে। লখিমপুৰ জিলা স্কুলসমূহৰ পৰিদৰ্শকে দুয়োগৰাকী অভিযুক্তক নিলম্বন কৰে।

 

Exit mobile version