Site icon Guwahati Times

ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন হয় মিছিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি: আয়ে: লৃগাং ।আজি আলি আই লৃগা

ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন হয় মিছিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি: আয়ে: লৃগাং । অসমৰ দ্বিতীয় বৃহৎ ভূমিপুত্ৰ মিছিং সম্প্ৰদায়ৰ মাজত ব্যাপক উৎসাহ। ৰাজ্যজুৰি মিছিং সকলৰ কৃষিভিত্তিক উৎসৱ লৃগাং পালন কৰা হয় ব্যতিক্ৰম নহয় গহপুৰও ।
ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন হয় মিছিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি: আয়ে: লৃগাং ।আজি আলি আই লৃগা

গহপুৰৰ বিভিন্ন অঞ্চলত আলি আয়ে লৃগাং উৎসৱৰ পালন কৰা হয় । এইবাৰ গহপুৰৰ টকৌবাৰীত আঞ্চলিক ভিত্তিত কেইবাখনো গাঁওৰ ৰাইজে একেলগে গোট খাই পৰম্পৰাগত মিচিং জনগোষ্ঠীয় লোকসংস্কৃতি আলি-আয়ে-লৃগাংৰ পালন কৰে । মিছিং জনগোষ্ঠীয়ে বীজ সিঁচি আজিৰ দিনটোৰ পৰাএ আনুষ্ঠানিক ভাৱে কৃষি কৰ্মৰ আৰম্ভনি কৰে। মিছিং অধ্যুষিত অঞ্চলৰ ডেকা গাভৰুৰ গাত তত নোহোৱা হৈছে। ঐনিতমৰ সুৰত গুমৰাগ নৃত্যৰ লগতে থলুৱা কৃষ্টি সংস্কৃতিৰ সমাহাৰ পৰিলক্ষিত হৈছে। #mising #festival #assam

Exit mobile version