Site icon Guwahati Times

বঙাইগাঁৱত ৰে’লৰ খুন্দাত মাতৃ, কন্যাসহ তিনি গৰাকী নিহত…

বঙাইগাঁৱত অঘটন।

ৰে’লৰ খুন্দাত নিহত তিনিজন।

বঙাইগাওঁ চহৰৰ কাষৰীয়া কুজিয়া নৈৰ সেতুত এই অঘটন।

নিহত তিনিওহগৰাকী একেটা পৰিয়ালৰ সদস্য।

নামনিমুৱা বেংগালুৰু এক্সপ্ৰেছৰ খুন্দাত নিহত হৈছে তিনিও।

নিহতসকলৰ ভিতৰত আছে মাতৃ আৰু কন্যা।

নিহত মাতৃগৰাকীৰ নাম কল্পনা বৰ্মন।

নিহত কল্পনা বৰ্মনৰ কন্যা প্ৰিয়া বৰ্মন।

অৱশ্যে উদ্ধাৰ হোৱা নাই আনগৰাকী নিহতৰ পৰিচয়।

Exit mobile version