Site icon Guwahati Times

ফোনৰ সহায়তো চলাব পাৰি এই খন গাড়ী ।

অসমত সৌৰশক্তি চালিত প্ৰথমখন বাহন উদ্ভাৱন গোলাঘাটৰ বালিবাটৰ আফাজুৰ ৰহমানৰ। চালক সহ ৩জন যাত্ৰী কঢ়িয়াব পাৰে সৌৰচালিত বাহন খনে। আচৰিত কথা চালক নহলেও চলে বাহনখন। মোবাইল ফোনৰ সহায়তো চলাব পাৰি গাড়ী খন। বাহন খনৰ দুৱাৰ অটো মেটিক। চুইছ টিপিলে খোল খায়। একেৰাহে ছঘন্টা চলিব বাহনখন।




Exit mobile version