Site icon Guwahati Times

বিগ ব্ৰেকিং নিউজ কেবল মাত্ৰ গুৱাহাটী টাইমছৰ হাতত

বিগ ব্ৰেকিং নিউজ কেবল মাত্ৰ গুৱাহাটী টাইমছৰ হাতত

মহানগৰীৰ জি এছ ৰোড পৰা আটক আলফাৰ লিংকমেন। আটক হোৱা লিংকমেন জন বকোৰ ৰাজাপাৰৰ দ্বীপেন দাস। ভৰলুমুখ আৰক্ষীয়ে চলোৱা এক অভিযানত জি.এছ ৰোডৰ পৰা আটক হয় ধৃত দ্বীপেন দাস। কুমাৰপাৰাৰ কমল হালাকা নামৰ এজন ব্যৱসায়ীৰ পৰা দাবী কৰা ধন নিবলৈ আহোতে ভৰলুমুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লিংকমেন জনক।

Exit mobile version