Site icon Guwahati Times

বিজেপিত যোগদান কৰি পৰমানন্দ ৰাজবংশীয়ে ক’লে- ‘মোৰ মনত আঞ্চলিকতাবাদ বিৰাজমান’

এইবাৰ ছিপাঝাৰ সমষ্টিত নিৰ্বাচন খেলিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে। কিন্তু অগপৰ পৰিৱৰ্তে সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থী দিব বুলি জানিব পাৰি শনিবাৰে বিজেপিত যোগ দিলে পৰমানন্দ ৰাজবংশীয়ে

শুকুৰবাৰলৈকে অগপৰ হৈ সমষ্টিটোত সাংগঠিন কাম-কাজ অব্যাহত ৰখা পৰমানন্দ ৰাজবংশীয়ে বিজেপিত যোগদান কৰি তেওঁৰ মনত আঞ্চলিকতাবাদ বিৰাজমান বুলি উল্লেখ কৰাৰ লগতে নিজকে দুয়োটা দলৰে উমৈহতীয়া প্ৰাৰ্থী বুলি দাবী কৰে।

ইফালে আজিৰ দিনটোতে বিজেপিত যোগদান কৰে অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাই।

Exit mobile version