Site icon Guwahati Times

Video-বিজেপিৰ ৰাজ্যিক কাৰ্য্যলত বিজেপিৰ মুখপাত্ৰ আৰু অগপ মুখপাত্ৰৰ সংবাদমেল।

https://youtu.be/HvSJfNS-MCkবিজেপিৰ ৰাজ্যিক কাৰ্য্যলত বিজেপিৰ মুখপাত্ৰ আৰু অগপ মুখপাত্ৰৰ সংবাদমেল। সংবাদমেলত উপস্থিত থাকে জয়ন্ত কুমাৰ দাস, নুমোল মমিল, মনোজ শইকীয়া, তুলাৰাম গগৈ, দিলীপ পাটগিৰি, তপন দাস।

অসমৰ জাতীয় জীৱনত একেলগে কাম কৰাৰ উদ্দেশ্যে অগপ বিজেপি এক লগ হৈছে ।
৮৫৫ জন শ্বহীদৰ কথা, কংগ্ৰেছ দলক প্ৰতিহত কৰিব‌ই লাগিব বুলিয়েই অগপ বিজেপিৰ মিত্ৰতা এই মন্তব্য জয়ন্ত কুমাৰ দাস

Exit mobile version