বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি জাপৰিগোগ কৃষ্ণ নগৰতো পালন কৰা হৈছে ৰঙালী বিহু আদৰণি উৎসৱ । Desk Editor 7 years ago নঙলামুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। ৰাজ্যৰ চাৰিওফালে এতিয়া অসমীয়াৰ বাপতিসাহোন বিহুটিক আদৰিবলৈ পাৰভঙা উচাহ-উদ্দীপনা। তাৰ সমান্তৰালভাৱে অনুষ্ঠিত হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু আদৰণি উৎসৱ । Dipanjali Sarma Report- Guwahati Times Share this: Share on Facebook (Opens in new window) Facebook Share on X (Opens in new window) X More Share on WhatsApp (Opens in new window) WhatsApp Email a link to a friend (Opens in new window) Email Share on LinkedIn (Opens in new window) LinkedIn Share on Telegram (Opens in new window) Telegram