Site icon Guwahati Times

বিহুৰ বিশ্ব অভিলেখৰ কাৰ্যসূচীত ব্যাপক বিসংগতিৰ অভিযোগ !

বিহুৰ বিশ্ব অভিলেখৰ কাৰ্যসূচীত ব্যাপক বিসংগতিৰ অভিযোগ।

আখৰা শিবিৰত ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখতে জয়ন্ত সোণোৱালৰ বিস্ফোৰক মন্তব্য।

প্ৰশিক্ষকক গুৱাহাটীৰ পৰা খেদি পঠাইছিল বুলি মন্তব্য কৰাৰ অভিযোগ জয়ন্ত সোণোৱালৰ বিৰুদ্ধে।

ইয়াৰ পিছতেই ক্ষুন্ন হৈ পৰিছে প্ৰশিক্ষকসকল।

Exit mobile version