Site icon Guwahati Times

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উপমন্যু হাজৰিকাই সংবাদ মেল

বৃহস্পতিবাৰে  গুৱাহাটী প্ৰেছ ক্লাৱত  উপমন্যু   হাজৰিকাই সংবাদ মেল

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উপমন্যু হাজৰিকাই সংবাদ মেল সম্বোধন কৰি স্পষ্ট ভাবে কয় যে ” খিলঞ্জীয়া সকলে পাইছে পুনৰ এবাৰ প্ৰতিশ্ৰুতিহে”। মাটি থাকিলেহে জাতি থাকিব আৰু জাতি থাকিলেহে ভাষা-সংস্কৃতি থাকিব । সাধাৰণ মানুহৰ বাবে চাকৰি,চৰকাৰী সা-সুবিধাই মুল ৰক্ষা কৱচ । খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে ৩টা পদক্ষেপ অনিবাৰ্য – ১) ১৯৫৭ চনৰ ভিত্তিত সংৰক্ষণ , ২) NRC ৰ পুনৰীক্ষণ ৩) কোনো ধৰনৰ নতুন প্ৰব্ৰজনকাৰীৰ অতিৰিক্ত বোজা জাপি নিদিয়া । গুৱাহাটীৰ পৰা দিপাঞ্জলী শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Exit mobile version