Site icon Guwahati Times

বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলি আহমেদক নিলম্বন

চুৰি কাণ্ডৰ তদন্তৰ গাফিলটিৰ কাৰণে নিলম্বন মাজদিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জনক

বৰপেটা জিলাৰ কুকাৰপাৰ গাঁৱৰ ছবুৰউদ্দীন আহমেদ নামৰ চিকিৎসক জনৰ নিজ বাসগৃহৰ পৰা কোনো নথকাৰ সুযোগ বুজি নগদ ধন প্ৰায় ২ কৌটি আৰু মূল্যবান সা-সৰঞ্জাম চোৰৰ দলে লুটি নিছিল কিছুদিন পূৰ্বে।

ঘটনা সন্দৰ্ভত চিকিৎসক ছবুৰউদ্দীন আহমেদে দহ মে’ তাৰিখে মাজদিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু চুৰি কাণ্ডৰ তদন্তত গাফিলতি কৰাৰ কাৰণেই নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কিয় তদন্তৰ গাফিলতি কৰিছিল বিষয়া জনে

Exit mobile version