Site icon Guwahati Times

বৰপেটা ৰোডত আমছুৰ প্ৰতিবাদ।

বৰপেটা ৰোডত আমছুৰ প্ৰতিবাদ।

চিৰাং জিলাৰ আমগুৰি আৰক্ষী থানাৰ কয়লা ময়লাৰ আৰক্ষী বিষয়া বিনোদ চৌধুৰীয়ে বৰপেটা ৰোড নিচুকাৰ গৰ্ভৱতী মহিলাৰ ওপৰত জপিয়াই নিৰ্মম ভাবে কৰা অত্যাচাৰ আৰু নিৰ্যাতনৰ প্রতিবাদত আজি বৰপেটা আৰু বাক্সা জিলাৰ আমছুৰ উদ্যোগত বৰপেটা ৰোডত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় তাৰে কেইটামান আলোকচিত্ৰ।

Exit mobile version