Site icon Guwahati Times

ভয়ংকৰ! নৃশংস! মহানগৰীৰ মাজ-মজিয়াত বন্ধুৰ আক্ৰমণৰ প্ৰাণ গ’ল এজনৰ

সদাব্যস্ত মহানগৰীৰ মাজ-মজিয়াত নৃশংস হত্যাকাণ্ড। বন্ধুৰ দলবদ্ধ আক্ৰমণত প্ৰাণ গ’ল এজন যুৱকৰ। বন্ধুৰ আক্ৰমণত প্ৰাণ গ’ল মৃত্যু ইক্ৰাম হুছেইন নামৰ যুৱকজনৰ।

সোমবাৰে নিশা মহানগৰীৰ গণেশগুৰিত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা। সামান্য কথাতে সংঘটিত হৈছিল মাৰপিটৰ ঘটনা। একাংশৰ আক্ৰমণত মূৰত বেয়াকৈ আঘাত পাইছিল ইক্ৰাম হুছেইনে। সংকটজনক অৱস্থাত ইক্ৰাম হুছেইনক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ইক্ৰাম হুছেইন যুৱকজনৰ। ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে মৃত ইক্ৰামৰ পৰিয়ালে।

Exit mobile version