Site icon Guwahati Times

ভাতৃ-ভগ্নীৰ স্নেহ-পাতি লোৱা বায়েকৰ নামত কিমান খৰচ কৰিছিল বিশালে?

কোটি টকাৰ লুণ্ঠন চলোৱা বিশাল, চুমীৰ ন ন তথ্য পোহৰলৈ
সম্পত্তিৰ পাহাৰ গঢ়িছে বিশাল ফুকন, চুমী বৰাই
চুমী, বিশালৰ A2Z তথ্য লাভ ডিব্ৰুগড় আৰক্ষীৰ
ডিব্ৰুগড়ৰ বৈৰাগীমঠত ২০০০ ফুটৰ ব্যক্তিগত কাৰ্যালয়
কেৱল ইণ্টেৰিঅ’ৰ ডেকৰেচনৰ নামতে ব্যয় ৮৫ লাখ টকা
৬৩.২৫লাখ টকাৰ পূৰ্বাঞ্জলী নামৰ ফ্লেট ক্ৰয়
চুমী বৰাৰ ডান্স একাডেমীৰ নামত ৩৩ লাখ টকাৰ ডেকৰেচন
অত্যাধুনিক ডিজাইনে সজোৱা হৈছিল চুমী বৰাৰ একাডেমী
চুমী বৰাক বিশালে উপহাৰ দিছিল ৭৬লাখ টকাৰ হিৰাৰ আঙুঠি
নবেম্বৰত চুমীয়ে ২.৫লাখ টকা উপহাৰ দিছিল বিশালক
২লাখ টকাৰ টেডী বিয়েৰ উপহাৰ দিছিল বিশালে চুমীক
চুমীৰ পাৰ্চনেল জীম ট্ৰেইনাৰৰ নামত বিশালে খৰচ কৰে মাহিলী ৫০হাজাৰ টকা
৩ নিশা ডুবাইৰ হোটেলত থকাৰ বাবে ৫৭লাখ টকাৰ খৰচ বহন বিশালৰ
ডুবাইৰ ম’লত শ্বপিঙৰ নামত ডেৰ কোটি টকা খৰচ বিশালৰ
গুৱাহাটীৰ নাৰেংগীত আছে ডেৰ কোটি টকাৰ এপাৰ্টমেণ্ট
তৰুণ নগৰত আছে ৭কোটি টকাৰ ডুপ্লেক্স ঘৰ
বিশালে মাতৃক উপহাৰ দিছিল ৩৩ লাখ টকীয়া বিলাসী বাহন
৪৫লাখ টকীয়া FORTUNER উপহাৰ চুমীৰ স্বামী তাৰ্কিকক
মেডিচেন কোম্পানীৰ নামত ২৫লাখ টকাৰ ভূমি ক্ৰয়
৪৪ লাখ টকাৰ ভূমি ক্ৰয় চুমী বৰা আৰু ভাতৃ ৰাজীৱ বৰাৰ নামত
পাৰ্চেলিয়া মেডিচেন কোম্পানীৰ বাবে বিনিয়োগ ৫০ লাখ টকা
মেডিচেন কোম্পানীৰ কৰ্মচাৰীৰ নামত মাহে খৰচ ৩লাখ টকা

Source: AsomLive24

Exit mobile version