Site icon Guwahati Times

ভাৰতীয় পাচমণ্ডা মঞ্চৰ অসম ৰাজ্যিক সভাপতি নিযুক্তি।

প্ৰাক্তন আমছু নেতাক বিজেপিৰ ভাতৃ সংগঠন পাচমণ্ডা মঞ্চৰ সভাপতি নিযুক্তি।

ভাৰতীয় পাচমণ্ডাৰ ৰাজ্যিক সভাপতি নিযুক্তি সংখ্যালঘু নেতা কামৰুজ জামান সৰকাৰক

লোকসভা নিৰ্বাচনৰ পূৰ্বে সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ বাবে তৎপৰ বিজেপি

অতি শীগ্ৰেই অসমৰ প্ৰতিখন জিলা কমিটিৰ লগতে সমষ্টি কমিটি গঠনৰ ঘোষণা কামৰুজ জামান সৰকাৰৰ

সোমবাৰে সন্ধিয়া নতুন দিল্লীত প্ৰদান নিযুক্তিপত্ৰ।

Exit mobile version