Site icon Guwahati Times

ভাৰতীয় লোকসেৱা আয়োগৰ তথ্য সেৱাৰ ফলাফল ঘোষণাঃ দ্বিতীয় স্থানত অসম সন্তান

ভাৰতীয় লোকসেৱা আয়োগৰ তথ্য সেৱাৰ ফলাফল আজি ঘোষণা কৰা হয়। গৌৰৱৰ কথা যে দ্বিতীয় স্থানত থাকে অসম সন্তান।

ভাৰতীয় লোকসেৱা আয়োগৰ তথ্য সেৱাৰ ফলাফল অনুসৰি চলিত বৰ্ষত ২৯ গৰাকী প্রাৰ্থী তথ্য সেৱাৰ বাবে নিৰ্বাচিত হয়। তালিকাৰ দ্বিতীয় স্থানত থাকে অসমৰ বিদ্যাসাগৰ তালুকদাৰ।

আনহাতে, অসমৰ অনুমিতা দাস তালিকাৰ চতুৰ্দশ স্থানত থাকে। হিন্দীৰ ৯ জন, তেলুগু আৰু মাৰাঠাৰ ৪জনকৈ তথা ইংৰাজীৰ ৩জন, ওড়িয়াৰ ৩জন, অসমীয়াৰ ২জন আৰু জৰাটী, বঙালী, মণিপুৰী আৰু পাঞ্জাৱীৰ এজনকৈ এই সেৱাত নিৰ্বাচিত হয়।

Exit mobile version