Site icon Guwahati Times

ভাৰতীয় সেনাত বিশেষ প্ৰৱেশৰ বাবে নিৰ্বাচিত ডিগবৈৰ মিনাৰ্ভা জৈছি |

ছৰ্ট চাৰ্ভিচ কমিছন অ’মেন এন চি চি চিৰ সৰ্বভাৰতীয় পৰ্য্যায়ত প্ৰথম স্থান অধিকাৰ কৰি ভাৰতীয় সেনাত বিশেষ প্ৰৱেশৰ বাবে নিৰ্বাচিত হৈ ডিগবৈলৈ গৌৰৱ কঢ়িয়াই আনিছে মিনাৰ্ভা জৈছিয়ে। মিনাৰ্ভাই অহা এপ্ৰিল মাহত প্ৰথম সপ্তাহত চেন্নাইস্থিত ভাৰতীয় সেনাৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমিত যোগদান কৰিব বুলি সাংবাদিকক সদৰি কৰিছে । ডিগবৈ মিলন নগৰ নিবাসী,অসম অইল সংমণ্ডলৰ বিষয়া, মাষ্টাৰ্ছ খেলুৱৈ নাৰায়ণ জৈছি আৰু সুগৃহিণী ৰঞ্জিতা দেৱী জৈছিৰ কনিষ্ট কন্যা ।

Exit mobile version