Site icon Guwahati Times

ভাৰত চৰকাৰৰ স্বাস্থ্য বীমা আঁচনি “আয়ুস্মান ভাৰত”ৰ দেওবাৰে অৰ্থাৎ আজি মুকলি হ’ব ৰাঁচীত।

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

ভাৰত চৰকাৰৰ স্বাস্থ্য বীমা আঁচনি “আয়ুস্মান ভাৰত”ৰ দেওবাৰে অৰ্থাৎ আজি মুকলি হ’ব ৰাঁচীত।

বিশ্বৰ সৰ্ববৃহৎ চৰকাৰী স্বাস্থ্য বীমা আঁচনিখন শুভাৰম্ভ কৰিৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই।

আয়ুস্মান ভাৰত হৈছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ চৰকাৰী খণ্ডৰ স্বাস্থ্য সেৱাৰ আঁচনি যাৰ দ্বাৰা প্ৰায় ৫০ কোটি জনসাধাৰণক সাঙুৰি লোৱা হ’ব ।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ

Exit mobile version